তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদক হতাশাগ্ৰস্ত নেতা আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অৰূপজ্যোতি ভূঞাৰ। দুলু আহমেদে কংগ্ৰেছ দলৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰুপ সূচক মন্তব্য কৰাৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মুখপাত্ৰ ভূঞাই কঠোৰ ভাষাৰে সমালোচনা কৰে দুলু আহমেদক।
উল্লেখযোগ্য যে অৰূপজ্যোতি ভূঞা পূৰ্বে অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল।